×
শ্বাইখ ছলেহ বিন ফাওজান আল-ফাওজান ২৮ ছেপ্টেম্বৰ ১৯৩৫ চনত জন্ম গ্ৰহণ কৰিছে। তেখেত ৰাজকীয় ছৌদি আৰবৰ সৰ্বোচ্চ উলামা পৰিষদৰ সদস্য। তেখেত কেইবাটাও গ্ৰন্থ ৰচনা কৰিছে। তাৰে মাজত উল্লেখযোগ্য হৈছে “কিতাবুত-তাওহীদ”।