×

ইছলাম বিনষ্টকাৰী বিষয়সমূহ - (অসমীয়া)

উক্ত প্ৰৱন্ধটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।

ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা - (অসমীয়া)

বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।

বিশ্ব মানৱতাৰ প্ৰতি মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ১০ অবদান - (অসমীয়া)

লিখকে এই প্ৰৱন্ধত অতি সংক্ষেপে বিশ্ব মানৱতাৰ প্ৰতি মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান অৱদান ১০ টা পয়েন্টত আলোচনা কৰিছে।

মই এজন মুছলিম - (অসমীয়া)

মই এজন মুছলিম