তৌহীদ আৰু ইয়াৰ প্ৰকাৰ সমূহ। ভাই ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমানে দৰং জিলাৰ হিৰাপাৰাত অনুষ্ঠিত ইছলামিক চেমিনাৰত প্ৰদান কৰা এটা ভাষণ। ইয়াত তেখেতে তৌহীদৰ প্ৰকাৰ সমূহ আৰু ইয়াৰ চমু ব্যখ্যা দাঙি ধৰিছে।
তৌহীদ আৰু ইয়াৰ প্ৰকাৰ সমূহ - (অসমীয়া)
চমু বিৱৰণী পুস্তিকাটোত কোৰআন আৰু ছুন্নাহৰ আলোকত অছিলা গ্ৰহণ কৰা আৰু যিহঁতক অছিলা হিচাপে গ্ৰহণ কৰা হয় সিহঁতৰ পৰিণাম সম্পৰ্কে আলোচনা কৰা হৈছে।
ইছলাম বিনষ্টকাৰী বিষয়সমূহ - (অসমীয়া)
উক্ত অডিঅটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।
জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআত - (অসমীয়া)
জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআতঃ উক্ত কিতাপ খনত লেখকে জানাযাৰ মছলা মাছাইল সমূহ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিপিবদ্ধ কৰিছে। কিতাপ খন সকলোৰে বাবে উপকাৰী।
হাদীছ বিশ্বকোষৰ পৰা নির্বাচিত কিছুমান হাদীছ। - (অসমীয়া)
হাদীছ বিশ্বকোষৰ পৰা নির্বাচিত কিছুমান হাদীছ।
নৱ মুছলিমৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা - (অসমীয়া)
নৱ মুছলিমৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা
নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান
ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।
পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ - (অসমীয়া)
পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ
চাৰিটা নীতি - (অসমীয়া)
এইটো এখন সংক্ষিপ্ত পত্র বিশেষ, যিটো শ্বাইখুল ইছলাম মুহাম্মাদ ইবন আব্দুল ওৱাহ্হাব ৰাহিমাহুল্লাহে লিখিছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে। আৰু মুশ্বৰিকসকলৰ দাবী কৰা শ্বাফা‘আত আৰু তৌহীদপন্থীসকলৰ সাব্যস্ত কৰা শ্বাফা‘আতৰ পাৰ্থক্য দাঙি ধৰিছে।
অসমীয়া ভাষাত (ছুৰা আশ্ব-শ্বুআৰা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা আল-ফুৰক্বান)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
